skip to Main Content

মুখ্যমন্ত্ৰীৰ লোককল্যাণ বঁটা প্ৰদান

Lokopriya Gopinath Bordoloi

কালি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক স্মৃতি দিৱস পালন। মুখ্যমন্ত্ৰীৰ উপস্থিতিত লোককল্যান বঁটা প্ৰদান নিষ্ঠাবান চৰকাৰী কৰ্মচাৰীক। দিছপুৰ খেলপথাৰত ১০ গৰাকী কৰ্মচাৰীক এই বঁটা প্ৰদান কৰা হয়।

Back To Top