skip to Main Content

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

দেওবাৰে বাক্সাত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নত কয় যে- “BPFৰে হোৱা নাই BJPৰ ৰাজনৈতিক মিত্ৰতা ৷ BPFৰে মিত্ৰতাৰ প্ৰয়োজনো নাই ৷ কিয়নো BPFৰ মানুহবোৰ আহিয়েই আছে BJPলৈ ৷”উল্লেখযোগ্য যে BPFৰ বহুকেইজন নেতাই ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি যোগ দিছে BJPত ৷ পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰীয়েও BJPত যোগ দিব নেকি, সেয়া সাম্প্ৰতিক সময়ত চৰ্চাৰ বিষয়৷

Back To Top