skip to Main Content

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী


যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী।মহানগৰীৰ যান-বাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে সোমাল পৰিবহণ বিভাগৰ দল।সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰথমৰ পৰাই বিভাগৰ বিষয়া-কৰ্মীসকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

Back To Top