skip to Main Content

যিকোনো মুহূৰ্তত ভংগ হ’ব পাৰে বিজেপি সমৰ্থিত বিহাৰ চৰকাৰ

বিহাৰত পতনৰ দিশত বিজেপি-জেডিইউ চৰকাৰ। জেডিইউ’ৰ নেতাকৰ্মীসকলে বিজেপিৰ সৈতে চৰকাৰ চলোৱাত অমান্তি কৰিছে। ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ছোনীয়া গান্ধীৰ সৈতে আলোচনা কৰিছে। কংগ্ৰেছ-জেডিইউ সমৰ্থনত বিহাৰ গঠন হ’ব পাৰে নতুন চৰকাৰ।

Back To Top