skip to Main Content

লাখটকীয়াৰ ইণ্ডাষ্ট্ৰিয়েল কো’অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ

  • Assam

লাখটকীয়াৰ দি ইণ্ডাষ্ট্ৰিয়েল কো’অপাৰিটিভ বেংকত বিত্তীয় কেলেংকাৰীৰ অভিযোগ। মঙলবাৰৰ অভিযানৰ পাছত আজি পুনৰ পান বজাৰ আৰক্ষীৰ লগতে RBI দলৰ অভিযান। তন্ন তন্নকৈ পৰীক্ষা কৰা হয় বেংকৰ নথি-পত্র।

Back To Top