skip to Main Content

লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ


আজিৰে পৰা হোজাইৰ লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। দুদিনীয়াকৈ উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলখনত।প্ৰথম পৰ্যায়ত বনাঞ্চলখনৰ ভেটনলা, কমৰপানীত উচ্ছেদ।প্ৰথম দিনা বেদখলকাৰীৰ ৫৫৫টা ঘৰ ভাঙিলে প্ৰশাসনে।লামডিং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত।

Back To Top