skip to Main Content

শিক্ষা বিভাগৰ আজৱ নিৰ্দেশনা।তিনি বছৰলৈ আন চাকৰি আবেদন কৰিব নোৱাৰিব শিক্ষক তথা কৰ্মচাৰীয়ে


শিক্ষা বিভাগৰ আজৱ নিৰ্দেশনা।তিনিবছৰলৈ আন চাকৰিত আবেদন কৰিব নোৱাৰিব শিক্ষক- কৰ্মচাৰীয়ে।এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।সৰ্বশিক্ষা অভিযানক লৈও কৰিছে আন এক নিৰ্দেশনা জাৰি।এতিয়াৰে পৰা কানাড়া বেংকতহে লেনদেন হ’ব প্ৰাথমিক বিদ্যালয়ৰ।এই নিৰ্দেশনাই এতিয়া কঁপাইছে শিক্ষা বিভাগ।

Back To Top