skip to Main Content

সদৌ অসম উচ্চ প্ৰাথমিক মধ্যাহ্নভোজন ৰান্ধনি ও সহায়িকা সন্থাৰ সংবাদমেল

সদৌ অসম উচ্চ প্ৰাথমিক মধ্যাহ্নভোজন ৰান্ধনি ও সহায়িকা সন্থাৰ সংবাদমেল।আগন্তুক বাজেট অধিৱেশনত ৰন্ধন কৰ্মী সকলৰ মজুৰি বৃদ্ধি কৰিবলৈ অনুৰোধ কৰে।তেওঁলোকৰ দাবী সমূহ হ’ল১)১১৮৯৯৮গৰাকী ৰান্ধনি/সহায়িকাৰ মাননী শীঘ্ৰে বৃদ্ধি কৰক।
২)ৰান্ধনি/সহায়িকা সকলৰ পেঞ্চন আৰু মেডিকেল সুবিধা প্ৰদান কৰক।
৩)মধ্যাহ্ন ভোজন আঁচনিখন কোন কাৰণতে বে চৰকাৰী সংস্থাক দিব নোৱাৰিব।

Back To Top