skip to Main Content

সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ অৱস্হান ধৰ্মঘট


সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰে চচলত।দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী সমূহ পূৰণ যাতে চৰকাৰে পূৰণ কৰে তাৰ পৰিপেক্ষীততেই এই অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

Back To Top