skip to Main Content

সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সন্হাৰ প্ৰতিবাদী কাৰ্যসূচী

আজি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সন্হাই তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ দাবিৰে কাহিলিপাৰা সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিভাৱান তথা মেধাসম্পন্ন টেট উত্তীৰ্ণ শিক্ষকসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনায়।

Back To Top