skip to Main Content

সাংসদ প্ৰদ্যুৎ বৰদলৈ সংবাদমেল


মোদী চৰকাৰে পুজি পতিক চৰকাৰী সম্পদ, ৰাজহুৱা ধনৰে কেনেকৈ আৰু ধনী হোৱাত সহায় সেই চিন্তা কৰিছে।আকৌ পতঞ্জলী অসমলৈ আহিছে, কাৰণ অসমত পাম অইলৰ খেটি কৰিব।পাম অইলৰ খেটি কৰাৰ পাছত অসমত ভুমিৰ উব্বৰতা, সজীৱতা নাইকিয়া শেষ হৈ যাব বুলি মন্তব্য প্ৰদ্যুৎ বৰদলৈ।

Back To Top