skip to Main Content

সাৱধান মহানগৰবাসী

সাৱধান হওক মহানগৰবাসী। মহানগৰীত এতিয়া সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজপথত চলিব আৰক্ষীৰ অভিযান। প্ৰতি বুধবাৰ, শনিবাৰ আৰু দেওবাৰে নিশা আৰক্ষীৰ অভিযান চলিব।

Back To Top