skip to Main Content

সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব দহ হাজাৰ টকাৰ জৰিমনা।

  • Assam


সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব দহ হাজাৰ টকাৰ জৰিমনা। কেনচেল হব আপোনাৰ লাইচেঞ্চ।নতুন বছৰত চৰকাৰ তথা প্ৰশাষনে সলনি কৰিছে কেইবাটাও নীতি-নীয়ম।

Back To Top