skip to Main Content

স্কুটি বিচাৰি ভাগিনীৰ প্ৰতিবাদ

scooty

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাগিনৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকত প্ৰথম শাখাত উত্তীৰ্ণ হোৱা ভাগিনীসকলক স্কুটি দিম বুলি বিভিন্ন সংবাদ মাধ্যম আৰু বিদ্যালয় ভ্ৰমণত কোৱা হৈছিল। কিন্তু বৰ্তমান এই স্কুটিৰ সম্পৰ্কে কোনো বিতংকৈ জনাই নিদিয়াৰ ফলত প্ৰতিবাদৰ পথ বাছি লৈছে ভাগিনীসকলে।

Back To Top