skip to Main Content

সৰুসজাইত পুনৰ মুকলি হ’ল ক’ভিড হাস্পতাল।৩০০ICU ৰ সৈতে মুঠ ৪৩০ খন বিচনা সাজু ক’ভিড ৰোগীৰ বাবে


সৰুসজাইত পুনৰ মুকলি হ’ল ক’ভিড হাস্পতাল।৩০০ICU ৰ সৈতে মুঠ ৪৩০ খন বিচনা সাজু ক’ভিড ৰোগীৰ বাবে।সৰুসজাই হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।বহি:ৰাজ্যৰ পৰা অহা লোকসকলক ৰখা হ’ব এই হাস্পতালত।

Back To Top