skip to Main Content

সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ ২৮তম ত্রিবার্ষিক সন্মিলন


সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ ২৮তম ত্রিবার্ষিক সন্মিলনৰ এইবাৰৰ গুৱাহাটীত আয়োজন কৰা হৈছে। ২৮তম ত্রিবার্ষিক সন্মিলন খনি ২২ এপ্ৰিলত বিয়লি খানাপাৰাত শুভাৰম্ভ কৰিব।দেশৰ প্ৰতিটো কোণৰ পৰা অহা প্ৰতিনিধি আৰু পৰ্যবেক্ষকে এই বিশাল আয়োজনত যোগদান কৰিব।

Back To Top