skip to Main Content

হঠাতে দিয়া হ’ব নেকি পুনৰ লকডাউন?


দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ।দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বিশ্ব স্বাস্থ্য সংস্থাই লকডাউন সন্দৰ্ভত মন্তব্য আৰোপ কৰিছে।ক’ভিডক প্ৰতিহত কৰিবলৈ লকডাউনতকে বেলেগ ব্যৱস্থা কৰিব লাগে।এই মন্তব্য WHO ৰ প্ৰতিনিধি ৰড্ৰিকো এছ আফ্ৰিনৰ।তেওঁৰ মতে লকডাউনে সকলোকে জুৰুলা কৰি পেলাইছে।

Back To Top