skip to Main Content

হোটেল পেলেচিয়ত এবাকাছ ব্ৰিউয়িং কোম্পানী আৰু কিচ্চেনৰ এক সংবাদমেল অনুষ্ঠিত হয়


হোটেল পেলেচিয়ত এবাকাছ ব্ৰিউয়িং কোম্পানী আৰু কিচ্চেনৰ এক সংবাদমেল অনুষ্ঠিত হয়।এবাকাছ ব্ৰিউয়িং কোম্পানী আৰু কিচ্চেন হৈছে গুৱাহাটীৰ খানাপাৰা স্হিত হোটেল পেলেচিয়ত নতুনকৈ মুকলি কৰা মাইক্ৰ’ব্ৰুৱেৰী।এবাকাছে গুৱাহাটীলৈ উত্তৰ -পূবৰ প্ৰথম আন্তৰ্জাতিক বাৰ্গাৰ আৰু ক্ৰাফ্ট বিয়েৰ,ফ্ৰেষ্ট,বাৰ্গাৰ এণ্ড ব্ৰু লৈ আনিছে।

Back To Top