skip to Main Content

১ অক্টোৱৰৰ পৰা নৱম, একাদশ, স্নাতক বৰ্ষৰ পাঠদান

  • Assam

১ অক্টোৱৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন। ৰাজ্যত নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা বুলি সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পাঠদান।একেদিনাই আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰো পাঠদান। ১ অক্টোবৰৰ পৰা পাঠদান আৰম্ভ হ’ব স্নাতক দ্বিতীয় বৰ্ষৰো।

Back To Top