skip to Main Content

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা খুলিব বিদ্যালয়


১ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয় খোলাৰ ইংগিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।যদি ক’ৰবাত ক’ভিড বেছি হয় তেতিয়াহ’লে কঠোৰ ব্যৱস্হা গ্ৰহণ কৰা হ’ব।নৈশ সান্ধ্য আইনৰ সময় ১ফেব্ৰুৱাৰীৰ পৰা ১০বজাৰ পৰিৱৰ্তে ১১বজাৰ পৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Back To Top