skip to Main Content

২০২১ৰ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

২০২১ৰ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা। বেঞ্জামিন লিষ্ট আৰু ডেভিড ডব্লিউচি মেকমিলানলৈ এই বঁটা। ‘এছেমেট্ৰিক অৰ্গেনোকেটালাইচিছ’ অণু নিৰ্মাণৰ নতুন উপায় বিকশিত কৰাৰ বাবে এই বঁটা। ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল গোৰান হান্সনে ঘোষণা কৰে এই বঁটা।

Back To Top