skip to Main Content

৪,৫ গৰাকী বিৰোধী বিধায়ক নতুন বছৰত বিজেপি দললৈ যোৱাৰ সম্ভাৱনা

  • Assam

ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাৰ পিছত আকৌ ৪, ৫ জন বিধায়ক সাজু হৈছে বিজেপিত যোগদান কৰিবলৈ। শুকুৰবাৰে এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সমগ্ৰ ৰাজ্যখনৰ পৰা চাৰি পাঁচগৰাকী বিধায়ক আহিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷

Back To Top