skip to Main Content

৬ ঘন্টাৰ বাবে বিকল ফেচবুক ৫২,১০০ কোটি টকাৰ লোকচান

সোমবাৰে নিশা প্ৰায় ৬ ঘন্টাৰ বাবে বিকল হৈ পৰে বিশ্বজুৰি ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ।যাৰ ফলত ফেচবুকৰ শ্বেয়াৰ ৫ শতাংশ হ্ৰাস পাই আৰু ৭ বিলিয়ন ডলাৰ অৰ্থাৎ ৫২,১০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব লগা হয়।যান্ত্ৰিক বিজুতিৰ ঘটনাৰ বাবে ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবৰ্গে ইয়াৰ বাবে ফেচবুক ব্যৱহাৰকাৰীসকলক ক্ষমা খোজে।

Back To Top