skip to Main Content

৭ মাৰ্চত মাজুলীত উপ-নিৰ্বাচন,বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা


৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। নিৰ্বাচনৰ বাবে এতিয়া মাজুলীত ব্যাপক প্ৰস্তুতি।মাজুলী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা।বহু জল্পনা-কল্পনাৰ অন্তত ভূৱন গামৰ ওপৰতে আশ্বাস ৰাখে বিজেপিৰ হাইকামাণ্ডে।বিজেপিয়ে তিনিজনীয়া প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ কৰিছিল। তাৰ পিছতেই কেন্দ্ৰই মোহৰ মাৰিলে ভূবন গামৰ নামত।

Back To Top