skip to Main Content

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মৌন ব্ৰত কাৰ্যসূচী।


ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লোকসকলে ১ঘন্টা ধৰি মৌন ব্ৰত কাৰ্যসূচী পালন কৰে।উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্বাচনী প্ৰচাৰত গান্ধী পৰিয়ালক কৰা তিৰ্যক মন্তব্যৰ বাবে এই মৌন ব্ৰত কাৰ্যসূচী পালন কৰে।

Back To Top