skip to Main Content

ৰাজ্যত পুনৰ ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী

  • Assam


১৭ ছেপ্তেম্বৰত ৰাজ্যত পুনৰ ‘মেগা কোভিড ভেকচিনেচন’ কাৰ্যসূচী হাতত ল’ব স্বাস্থ্য বিভাগে। কমেও ৭ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। আজি সংবাদ মেলযোগে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰে।

Back To Top