skip to Main Content

ৰাজ্যত পুনৰ হ’ব CAA আন্দোলন

অসমত কেইবাটাও সংগঠনৰ পুনৰ কা’ আন্দোলনৰ হুংকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পাছতে কা’ আন্দোলনৰ উকমুকণি আৰম্ভ। ১৭ আগষ্টত NESO এ প্ৰতিবাদ সাব্যস্ত কৰিব।

Back To Top