skip to Main Content

ৰাজ্যসভাত দুয়োখন আসনৰ বাবে এটা ভোটহে কম আছে বিজেপিৰ,ধনৰ অপচয় ৰোধ কৰিবলৈ ছেবাই পুৰণি প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰিব পৰীক্ষা।


মুখ্যমন্ত্ৰীয়ে কয়,ধনৰ অপচয় ৰোধ কৰিবলৈ ছেবাই পুৰণি প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰিব পৰীক্ষা। বিগত বৰ্ষৰ অব্যৱহৃত প্ৰশ্নকাকত নষ্ট কৰাৰ প্ৰয়োজন নাই। ছাত্ৰ-ছাত্ৰীৰ কোনো অসুবিধা নহয় বুলি অভয়বাণী মুখ্য়মন্ত্ৰীৰ।ৰাজ্যসভাত দুয়োখন আসনৰ বাবে এটা ভোটহে কম আছে বিজেপিৰ। এটা ভোটত ৰিস্ক লৈ নিৰ্বাচন খেলাটো বিৰোধীৰ কথা। ৰাজ্যসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য।

Back To Top