skip to Main Content

ৰাজ্যিক বাজেটক লৈ আশাবাদী APCCৰ সভাপতি ভূপেন বৰা


মাৰ্চৰ ভিতৰত ৫ লাখ নিবনুৱাক নিযুক্তি লাভ কৰাৰ আশা ভূপেন বৰাৰ। ৪০ হাজাৰ টে’ট শিক্ষক নিযুক্তি হ’ব বুলিও আশা প্ৰকাশ কৰে বৰাই।‘কৃষিখণ্ডত কিমান পুঁজি ধাৰ্য কৰে সেয়া কৃষিজীৱী ৰাইজে আশা কৰিব’ । অসম স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীলৰ ক্ষেত্ৰতো পুঁজি ধাৰ্য কৰাৰ আশা।ৰাজ্যিক বাজেটক লৈ আশাবাদী APCCৰ সভাপতি ভূপেন বৰা।

Back To Top