skip to Main Content

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰে মাইক্ৰফাইনেন্সৰ চেক বিতৰণ কাৰ্যসূচী

খানাপাৰা খেলপথাৰত ৰাজ্য চৰকাৰৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে।

অসম মাইক্ৰ’ ফাইনেন্স ইনচেণ্টিভ আৰু ৰিলিফ আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰে।

সভাত উপস্হিত থাকে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা,চন্দ্ৰমোহন পাটোৱাৰী আৰু অশোক সিংহল ডাঙৰীয়াৰ লগতে মাইক্ৰ ফাইনেন্স বেংকসমূহৰ বিষয়ববীয়াসকল।

যিসকলে ঋণ লৈ নিয়মিত আদায় কৰিছিল সেইসকল লোকক Class-01 শিতানত আজি চেক প্ৰদান কৰা হৈছে।

কামৰূপ (ম) জিলাৰ ৫০০০ হিতাধিকাৰীক প্ৰদান কৰা হৈছে এই চেক।

Back To Top