skip to Main Content

ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেন্দ্ৰিয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ৰাজ্য সভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ।
সোণোৱালক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব।
সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।

Back To Top