skip to Main Content

ৰাজ্য সভাৰ সাংসদ হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰী


ৰাজ্য সভাৰ সাংসদ হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌড়া নাৰ্জাৰী।অসমীয়া ভাষাত শপত ল’লে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।ৰৌণগৌড়া নাৰ্জাৰীয়ে বড়ো ভাষাত পাঠ কৰে শপত বাক্য।উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে শপত বাক্য পাঠ কৰোৱায়।

Back To Top