skip to Main Content

ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহকলৈ নতুন বছৰৰ ধামাকা অফাৰ

ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহকলৈ দিছে Happy new year offer। ৰিলায়েঞ্চ জিঅ’ই বছৰেকীয়া প্ৰিপেইড প্লেনৰ বৈধতা (Validity) বৃদ্ধি কৰিছে।এতিয়াৰ পৰা গ্ৰাহকে ২৫৪৫ টকীয়া প্লেনত ভেলিডিটী ২৯ দিন বেছিকৈ পাব। আগতে ২৫৪৫ প্লেন বৈধতা আছিল ৩৩৬ দিন আৰু বৰ্তমান ৩৬৫ দিন পাব।

Back To Top