skip to Main Content

বড়োভূমিৰ ৰাজনীতি আৰু কংগ্ৰেছৰ তৎপৰতা: সমাগত বি টি আৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা

বড়োভূমিৰ ৰাজনীতি আৰু কংগ্ৰেছৰ তৎপৰতা: সমাগত বি টি আৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা

Read More

নিৰ্ভয়া কাণ্ডঃ ফাঁচীৰ পুৰ্বে ইচ্ছামৃত্যুৰ আবেদন,আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়লৈ ৩ দোষী

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ ২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত ফাঁচী দিয়া হব নিৰ্ভয়া কাণ্ডৰ দোষীকেইটাক। কিন্তু ইয়াৰ পুৰ্বে দোষীৰ পৰিয়ালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক দিলে ইচ্ছামৃত্যুৰ আবেদন । ইচ্ছামৃত্যুৰ বাবে অনুমতি বিচৰাসকলৰ ভিতৰত চাৰি নৰ পিশাচৰ মাতৃ-পিতৃ, ভাতৃ-ভগ্নী আদিও আছে। ফাঁচীৰ…

Read More

শিশুৰ জীৱনক লৈ হেতালি ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰঃ চৰকাৰী নিৰ্দেশৰ বিপৰীতে খোলা থাকিল মহৰ্ষি বিদ্যা মন্দিৰ

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ সমগ্ৰ বিশ্বত কৰোণাই সৃষ্টি কৰা আতংকৰ বাবে দেওবাৰে ৰাজ্যচৰকাৰে সকলো চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠানসমুহ ২৯ মাৰ্চলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। কিন্তু তাৰ পৰিবৰ্তে চৰকাৰৰ এই নিৰ্দেশ অমান্য কৰিলে মহৰ্ষি বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। অন্য দিনৰ দৰে…

Read More

ঘাইপথত অঘটনঃকলা ছাঁইত পৰিণত হ’ল কলা হীৰাৰ ট্ৰাক

এন.এন ব্যুৰো, ১৫ মাৰ্চতঃ তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা কয়লা ভৰ্তি ট্ৰাক এখন যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত গনেশ মন্দিৰ নেপালী বস্তিৰ সমীপত ৰবিবাৰে ৩৭ নং ঘাইপথত দুৰ্ঘটনা গ্ৰস্ত হয়। AS-01HC-5312 নম্বৰৰ ট্ৰাকৰ চালক জনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে…

Read More

কৰোণাৰ আতংকঃ ২৯ মাৰ্চলৈকে বন্ধ সকলো শিক্ষানুষ্ঠান

এন.এন ব্যুৰো, ১৫ মাৰ্চঃ সমগ্ৰ বিশ্বত এতিয়া কৰোণা ভাইৰাছৰ আতংক। বৰ্তমানলৈ অসমত এজনো লোক আক্ৰান্ত হোৱা নাই যদিও জনসাধাৰনক সজাগ কৰাৰ বাবে ৰাজ্য চৰকাৰে ২৯ মাৰ্চলৈকে ৰাজ্যৰ সকলো চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান সমুহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। সোমবাৰৰ পৰা বন্ধ থাকিব…

Read More

মাইক্ৰ’ফাইনেঞ্চৰ অত্যাচাৰঃ একুৰিৰো অধিক আত্মহত্যাৰ ঘটনা

এন.এন ব্যুৰো ১৪ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰামীণ শ্ৰমজীৱি ৰাইজৰ জীৱন-জীৱিকাৰ সুৰক্ষা আৰু মাইক্ৰ’ফাইনেঞ্চকে ধৰি সকলো ঋণ মাফৰ দাবীত অনুষ্ঠিত হয় এক সংবাদমেল। উক্ত সংবাদমেলত উপস্হিত থাকে গ্ৰাম্য অৰ্থনৈতিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি ৰঞ্জিত বৰা, সদৌ অসম গ্ৰামীণ শ্ৰমিক…

Read More

অভিনৱ মহন্তক সহায় কৰকঃ আহ্বান পিতৃৰ

এন.এন ব্যুৰো, ১৩ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত অশ্বিন কুমাৰ মহন্তই এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলখন অসমৰ একমাত্ৰ আন্তৰাষ্ট্ৰীয় স্নুকাৰ খেলুৱৈ কুইষ্ট অভিনৱ মহন্তৰ পৃষ্ঠপোষকতাৰ আহ্বান জনাবলৈ আয়োজন কৰা হয়। অভিনৱ মহন্তক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ বাবে অসম চৰকাৰক সহায়…

Read More

অসমৰ বৌদ্ধিক ইতিহাসত যুগান্তকাৰী ঘটনাঃ অনুদিত হৈ ওলাল নিউটনৰ প্ৰিঞ্চিপিয়া

এন.এন ব্যুৰো, ১৩ মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী ডঃ জয়ন্ত কুমাৰ শৰ্মাৰ বহুবছৰজোৰা নিৰলস সাধনাৰ ফচল, ছাৰ আইজাক নিউটৰ প্ৰিঞ্চিপিয়া গ্ৰন্হখনৰ অসমীয়া ৰূপতো আজি আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। গুৱাহাটীৰ ছহীদ ন্যাস ভৱন প্ৰেক্ষাগৃহত আয়োজিত এক…

Read More

পত্নীহাৰা হল শিল্পী ৰূপম ভূঞা

এন.এন ব্যুৰো, ১২ মাৰ্চঃ পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ আনন্দৰ কেইমুহূৰ্তমানৰ ভিতৰতে পত্লীহাৰা হল শিল্পী ৰূপম ভূঞা। তেওঁৰ পত্নী মনশ্ৰী বৰুৱাক বুধবাৰে প্ৰসৱজনিত কাৰণত মহানগৰীৰ ছাত্ৰীবাৰীস্হিত মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও এক পুত্ৰ সন্তান জন্ম দি বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যুক…

Read More

অখিল ভাৰত হিন্দু মহাসভাৰ নতুন সমিতি গঠন

এন.এন ব্যুৰো, ১১ মাৰ্চঃ আজি দিশপুৰ প্ৰেছক্লাবত অখিল ভাৰত হিন্দু মহাসভাৰ অসম প্ৰদেশ সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰে। অখিল ভাৰত হিন্দু মহাসভাৰ নতুনকৈ গঠন হোৱা প্ৰদেশ সমিতিখনৰ সন্দৰ্ভত উত্ত সংবাদমেলখনি আয়োজন কৰা হয়। প্ৰাক্তন উপায়ুক্ত ৰেণু মহন্তক সভাপতি, অনুপ কুমাৰ…

Read More
Back To Top