skip to Main Content

BGMI নিষিদ্ধ হ’ল ভাৰতত

BGMI banned

আজি বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া ওৰফে BGMI নামৰ গেমটো ভাৰতত নিষিদ্ধ কৰা হয়। ইতিমধ্যে গেমটো প্লে’ষ্টৰৰ পৰা আঁতৰাই দিয়া গৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে গেমটো আঁতৰাই দিয়া হৈছে।

Back To Top