skip to Main Content

ভ্ৰাম্যমান নাট প্ৰদৰ্শনী আৰম্ভ।

শুক্ৰবাৰে মন্ত্ৰী কেশৱ মহন্তই এক সংবাদ মেল সম্বোধন কৰে। প্ৰায় ২বছৰৰ পিছত অসমত আজিৰে পৰাই ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী আৰম্ভ হয়।প্ৰতিগৰাকী শিল্পী কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক ।প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ…

Read More

তিনি হাজাৰ ইনজেকচনৰ খালী চিৰিঞ্জেৰে নিৰ্মাণ দেৱীৰ প্ৰতিমা

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ। এই বছৰৰ দুৰ্গা পূজাত এক বিশেষ চমক দিব শিল্পীজনে। তিনি হাজাৰ  ইনজেকচনৰ খালী চিৰিঞ্জেৰে প্ৰায় দুমাহ ধৰি পৰিশ্ৰম কৰি অন্তিম পৰ্যায়ত উপনীত হৈছে সঞ্জীৱ বসাক নামৰ শিল্পীজনে। শিল্পী সঞ্জীৱৰ আশা, কোভিড…

Read More
Back To Top