skip to Main Content

গুৱাহাটী মহানগৰীত এইবাৰ ডকাইতৰ টাৰ্গেট মন্দিৰ

এইবাৰ গুৱাহাটী মহানগৰীত ডকাইতে টাৰ্গেট কৰি ল'লে মন্দিৰ।ভেটাপাৰাৰ এটা শিৱ আৰু গণেশ মন্দিৰত এইবাৰ ডকাইতে চলালে লুটপাট।শিৱ আৰু গণেশৰ মুৰ্তি ভাঙি বাহিৰত দলিওৱাৰ উপৰিও দান পাত্ৰ ভাঙি লৈ যায় তাত থকা ধন।লগতে মন্দিৰৰ সকলো আচবাব ভাঙি লণ্ডভণ্ড কৰি থৈ যায়।ঘটনাৰ…

Read More

প্ৰতিষ্ঠিত ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যাৰ ন ন তথ্য

প্ৰতিষ্ঠিত ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা সন্দৰ্ভত প্ৰকাশ পাইছে নতুন তথ্য।৫০টকীয়া এখন দলিলত তেখেতে লিখি থৈ গৈছে ছুইছাইড নোট।ডনবক্স স্কুলৰ ফাডাৰ ষ্টিফেন মেভলিনৰ মানসিক হাৰাশাস্তি সহ্য কৰিব নোৱাৰি জীৱনৰ শেষ সিদ্ধান্ত বাছি ল'বলৈ বাধ্য হ'ল জৰ্জ বৰদলৈ।ইতিমধ্যে ছুইছাইড নোটৰ ভিত্তিতে আৰক্ষীয়ে…

Read More

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।নুনমাটিৰ কাৰ্বন ফেক্টৰিত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।কাৰ্বন ফেক্টৰিৰ নিজা বাসগৃহত চিপ লৈ থকা অৱস্হাত উদ্ধাৰ পল্লৱী সিং নামৰ মহিলা গৰাকীৰ মৃতদেহ। হত্যা নে আত্মহত্যা সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Read More

পত্নীসহ সন্তানক এৰি আলফা (স্বা)লৈ কণ্ঠশিল্পী অভিলেষ বৰা

পত্নীসহ সন্তানক এৰি এইবাৰ আলফা(স্বা:)লৈ কণ্ঠশিল্পী অভিলেষ বৰা।বন্ধুৰ জড়িয়তে পৰিয়ালৰ লোকে লাভ কৰিছে এই খবৰ।১৩ মে’ত সোণোৱাল কছাৰী সাহিত্য সভাত গীত পৰিৱেশন কৰাৰ কথা আছিল অভিলেষৰ।কি পৰিস্হিতিত অভিলেষ নিষিদ্ধ ঘোষিত সংগঠনলৈ ঢাপলি মেলিলে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।পূৰ্ৱে অস্ত্ৰোপচাৰ কৰা অভিলেষক…

Read More

পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে অপহৰণ কাণ্ড

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা অপহৰণ পত্নীসহ এজন ব্যক্তিক।মহানগৰীৰ বাঘৰবৰীৰ পৰা অপহৰণ কৰে সিতেশ্বৰ ৰাভা ওৰফে লাডেন।সিতেশ্বৰ ৰাভা হৈছে এজন আলফা কেডাৰ।ইম্ফলৰ পৰা পলাই আহিবলৈ সক্ষম হয় সিতেশ্বৰ ৰাভাৰ পত্নী নিভা ৰাভা।৮ৰ পৰা ১০ লাখ টকা দাবী কৰিছে অপহৰণকাৰী দলটোৱে।

Read More

গুৱাহাটী মহানগৰীত আত্মহত্যা যুৱকৰ

গুৱাহাটী মহানগৰীৰ হাটীগাঁৱত আত্মহত্যা কৰে ৰাহুল আলি নামৰ এজন যুৱকে।তেওঁ পেছাত এজন ই-ৰিক্সা চালক আছিল।তেওঁৰ ঘৰ বৰপেটাৰ কমলাবাৰিত।কৰ্মসূত্ৰে তেওঁ হাটীগাঁৱৰ এটা ভাড়াঘৰত বসবাস কৰি আছিল।চিপ লৈ আত্মহত্যা কৰা অৱস্হাত উদ্ধাৰ কৰা হয় ৰাহুল আলিক।

Read More

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!কৈৱৰ্ত জাতিতো হৈছে এটা অসমৰ খিলঞ্জীয়া জাতি।এই জাতিটোক লৈ বিৰুপ মন্তব্য কৰিছে এছাম লোকে।ডোম আৰু কৈৱৰ্ত দুটা পৃথক শব্দ।কিন্তু একাংশ লোকে কৈৱৰ্ত সকলক ডোম বুলি মন্তব্য প্ৰকাশ কৰিছে।

Read More

দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্ট হেকাৰৰ হাতত

দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্ট হেক কৰি লুটি নিলে ৭৬ লাখ টকা।তেওঁলোকৰ একাউণ্ট আছিল Bank of Baroda আৰু ব্ৰাঞ্চটো হৈছে দিছপুৰ।চাইবাৰ প্ৰৱঞ্চকে কৌশলেৰে ধন হৰলুকি কৰাৰ অভিযোগ মহাবিদ্যালয় কৰ্তৃপক্ষই।ইতিমধ্যেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।

Read More

বশিষ্ঠৰ লতাকটাত সংঘটিত হৈছে চুৰিকাণ্ড

বশিষ্ঠৰ লতাকটাৰ শান্তি নগৰত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড।ঘৰত কোনো নথকাৰ সুযোগত চোৰে লুটি নিলে নগদ ধন সহ কেইবা লক্ষাধিক টকাৰ সোণৰ আ ,অলংকাৰ।প্ৰবীণ ডেকা নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।

Read More

ধ্বংসৰ গড়াহত ঐতিহ্যমণ্ডিত দীপৰ বিল

ক্ৰমে ধ্বংসৰ ফালে আগবাহিছে ঐতিহ্যমণ্ডিত দীপৰ বিল।১৫টাকৈ বনৰীয়া হাটী,আৰু অসংখ্য জীৱ জন্তুৰ মৃত্যু।বিলৰ সমীপৰ ড্ৰাম্পিং গ্ৰাউণ্ডত নিতৌ শ শ টন যাবৰ পেলোৱা হয়।যাৰ ফলত সমগ্ৰ ঠাইখিনি দূষিত হৈ পৰিছে।সেই যাবৰ আহি দিপৰ বিলত পৰে তাৰ ফলত বিষাক্ত হৈ পৰে সমগ্ৰ…

Read More
Back To Top