skip to Main Content

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোনাপুৰৰ বাৰোৱাৰীত জব্দ গৰু ভৰ্তি ট্ৰাক

মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ বাৰোৱাৰীত জব্দ হয় ২৫ টাকৈ গৰু ভৰ্তি এখন ১২ চকীয়া ট্ৰাক। গোগামুখৰ পৰা যোৰাবাট অভিমুখে গৈ থকা অৱস্থাত এক গোপন সূত্ৰৰ পম খেদি ক্ষেত্ৰী আৰু সোণাপুৰ আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এন এল ০১ এ এ…

Read More

ছুইডেনত সংঘটিত হয় ভয়ংকৰ ঘটনা।জ্বলাই দিয়ে কোৰাণ শ্বৰীফ

ছুইডেনত সংঘটিত হয় ভয়ংকৰ ঘটনা।জ্বলাই দিয়ে কোৰাণ শ্বৰীফ।ৰাজপথত কোৰাণ জ্বলোৱাৰ পিছতে বৰ্তমান জ্বলিছে সমগ্ৰ ছুইডেন।হিংসাত্মক ঘটনাত জৰ্জৰ পৰিছে ছুইডেনৰ ৰাজপথ।সংঘটিত হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘাত।

Read More

গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে

গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে।গৃহ বিভাগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ।পৰীক্ষাৰ ৰিজাল্ট নিদিয়াকৈ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছিল গৃহ বিভাগে।একেটা পদৰ বাবে নতুন বিজ্ঞাপন দিয়াৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত।ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিল শাৰিৰীক আৰু লিখিত পৰীক্ষা।কিন্তু সেই একেটা পদৰ…

Read More

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ।উলুবাৰী উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ।বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো।

Read More

শৰাইঘাট দলংৰ পৰা জপিয়াই মৃত্যুৰ চেষ্টা এগৰাকী মহিলাৰ

শৰাইঘাট দলংৰ পৰা জপিয়াই মৃত্যুৰ চেষ্টা এগৰাকী মহিলাৰ।দুই সাংবাদিকৰ তৎপৰতাত ৰক্ষা পৰে মহিলাগৰাকীৰ প্ৰাণ।পাৰিবাৰিক কন্দলৰ বাবেই হাজোৰ মহিলাগৰাকীয়ে লৈছিল চৰম সিদ্ধান্ত।জাঁপ দিবলৈ চেষ্টা কৰাৰ সময়তে উদ্ধাৰ কৰে দুই সাংবাদিকে।বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত মহিলাগৰাকী।

Read More

মানি চলিব লাগিব যান বাহনৰ বহুতো নীতি নিয়ম।অন্যথা ভৰিব লাগিব জৰিমণা

মানি চলিব লাগিব যান বাহনৰ বহুতো নীতি নিয়ম।অন্যথা ভৰিব লাগিব জৰিমণা।পৰিবহন বিভাগৰ কঠোৰ নিৰ্দেশনা।আনন্দত মতলীয়া হৈ তীব্ৰ বেগত যাতে গাড়ী নচলায়।সুৰা পান কৰি গাড়ী যাতে নচলায়।দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট জৰুৰী আৰু মোবাইল ফোনত কথা পাতি যাতে গাড়ী নচলাই।

Read More

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Indian Medical Association Assam Branchসংবাদমেল।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Indian Medical Association Assam Branchৰ এক সংবাদমেল।কিছুদিন পূৰ্বে চিনিয়ৰ ড০ অৰ্চনা শৰ্মাই আত্মহত্যা কৰাৰ পৰিপেক্ষীততেই অনুষ্ঠিত হয় উক্ত সংবামেলখন।

Read More

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।৩এপ্ৰিলৰ পুৱা ৬বজাত অনুষ্ঠিত কৰিছে ভৰলু পদযাত্ৰা বা ৱাক ফৰ ভৰলু।এই পদযাত্ৰাৰ মুকলি কৰিব গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই।

Read More

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাৱত।দীপৰ বিল আৰু তাৰ দাতিঁকাষৰীয়া ৰাইজৰ বাবে ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি এক সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ়িবৰ বাবে অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।যদি ৭দিনৰ ভিতৰত ডাম্পিংগ্ৰাউণ্ড বন্ধ নহয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত পৰিস্হিতি…

Read More

আজি গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

মহানগৰীৰ চিটি চেন্টাৰৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।ঠিতাতে নিহত হয় দ্বিজেন বৈশ্য নামৰ এজন লোক।পানী কঢ়িওৱা গাড়ীৰ খুন্দাত নিহত দ্বিজেন বৈশ্য লোকজন।পত্নীৰ সৈতে কাৰ্যালয়লৈ আহি আছিল বৈশ্য।সুৰাপান কৰি গাড়ী চলাইছিল চালকজনে।নিহত লোকজন এপ'ল হস্পিতালৰ কৰ্মৰত আছিল।

Read More
Back To Top