skip to Main Content

অৱশেষত গ্ৰেপ্তাৰ হ’ল কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱা চিকিৎসক

অৱশেষত গ্ৰেপ্তাৰ হ’ল কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱা চিকিৎসক। গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত শোধনাগাৰ হাস্পতালৰ চিকিৎসক ভাস্কৰ কুমাৰ বৰুৱাক ২৮ জানুৱাৰী শুকুৰবাৰে নিশা বাইহাটা চাৰিআলীৰ কমলপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।২৫-২৬ জানুৱাৰীৰ নিশা এগৰাকী নাৰ্চক কৰ্তব্যৰ মাজতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

Read More

মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।হায়াত হাস্পতালৰ কাষত উদ্ধাৰ হৈছে এটি মৃতদেহ

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।হায়াত হাস্পতালৰ সমীপত উদ্ধাৰ ৫০ উদ্ধৰ ব্যক্তিৰ মৃতদেহ।মৃতদেহটো ২২বছৰ ধৰি অসমত বাস কৰা ৰামচন্দ্ৰ বৈঠাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে।তেওঁ পেচাত এজন ধোবা আছিল।

Read More

জালুকবাৰীত আটক দুই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ অভিযান। শুকুৰবাৰে পুৱাই মহানগৰীত পশ্চিম গুৱাহাটী আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ SOG, ক্ৰাইম ব্ৰাঞ্চ তথা জালুকবাৰী আৰক্ষী চকীৰ এটা দলে অভিযান চলায়। অভিযানত জালুকবাৰী ৰে'লৱে ফ্লাই অভাৰৰ সমীপত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে…

Read More

পানবজাৰ আৰক্ষীৰ জালত মহিলা ATM চোৰ

পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলা ATM চোৰ।মহিলাগৰাকীয়ে লুটিছিল প্ৰায় ৬৫ হাজাৰ টকা।লতাশিলৰ পৰা চুৰি কৰি আনিছিল গ্ৰাহকৰ ATM কাৰ্ড।গ্ৰাহকৰ ATM কাৰ্ড চুৰ কৰি লুটিছিল হাজাৰ হাজাৰ টকা।উপায়ুক্ত কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ চাহিদা বেগম নামৰ মহিলাগৰাকী।

Read More

মহানগৰীত ড্রাগছ বিৰোধী অভিযান

মহানগৰীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।দুই যুৱকৰ পৰা জব্দ হেৰ’ইন ভৰ্তি ৪১ টা কণ্টেইনাৰ।জব্দ নগদ ধন আৰু এখন বাইক।ভৰলুমুখৰ পৰা গ্রেপ্তাৰ জিতু দাস আৰু দ্বীপজ্যোতি কলিতা।

Read More

গুৱাহাটী ৰিফাইনেৰী হাস্পতালত কৰ্তব্যৰত নাৰ্ছক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ

গুৱাহাটী ৰিফাইনেৰী হাস্পতালত চাঞ্চল্যকৰ ঘটনা।নিশা কৰ্তব্যৰত নাৰ্ছক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ।চিকিৎসক ভাস্কৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ।সুৰামত্ত অৱস্থাত আছিল ভাস্কৰজ্যোতি।ঘটনা সন্দৰ্ভত নুনমাটি থানাত গোচৰ ৰুজু কৰিছে।বৰ্তমান পলাতক অভিযুক্ত চিকিৎসকজন।

Read More

IIT গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু। মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা। ছাত্ৰজনৰ ঘৰ উৰিষ্যাত। আই আই টি গুৱাহাটীৰ কপিলী হোষ্টেলত বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ছাত্ৰ আছিল আৰুখা। বৰ্তমান ঘটনাস্থলীত আমিনগাঁও আৰক্ষী…

Read More

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰে এটা মৃত গঁড়। চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছে বন বিভাগে। উল্লেখযোগ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

Read More

গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ।টুইটাৰৰ জৰিয়তে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ড্ৰাগছখিনি এটা আন্তঃৰাজ্যিক চক্ৰৰ পৰা জব্দ কৰে।ড্ৰাগছখিনি জব্দ কৰে মহানগৰ আৰক্ষীৰ বিশেষ স্কোৱাডে লগতে গ্ৰেপ্তাৰ কৰে ২ সৰবৰাহকাৰীক।জইণ্ট CP পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলাইছিল এই অভিযান।

Read More

অসমৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুল্লি বাঈ এপৰ মূল অভিযুক্তক

বহু বিতৰ্কিত বুল্লি বাঈ এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।যুৱতী-মহিলাৰ দৰ-দাম চলোৱা এই এপৰ লগত জড়িত আছিল নীৰজ বিষ্ণই নামৰ এজন যুৱক গ্ৰেপ্তাৰ।যুৱকজনৰ ঘৰযোৰহাট নগৰত।অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ২১ বছৰীয়া নীৰজক।দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নীৰজক।

Read More
Back To Top