JEE কেলেংকাৰীৰ ৫ অভিযুক্তক আদালতত হাজিৰ
আজি কামৰূপ জিলা মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰিব জে ই ই কেলেংকাৰীত জড়িত ৫ অভিযুক্তক৷ লগতে অভিযুক্তসকলক ৭ দিনৰ ন্যায়িক জিম্মাত বিচাৰিব আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে ৰাজ্যত সৰ্বভাৰতীয় যুটীয়া প্ৰৱেশ পৰীক্ষা জে ই ইত সংঘটিত কেলেংকাৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই…