skip to Main Content

এতিয়াৰে পৰা মাতৃভাষা হিচাপে ৪টা নতুন ভাষা অন্তভূক্ত কৰা হ’ল।

এতিয়াৰে পৰা মাতৃভাষা হিচাপে অন্তভূক্ত কৰা হ'ল ৪টা নতুন ভাষা।মাতৃভাষা হিচাপে অন্তভূক্ত কৰা ভাষাকেইটা হৈছে-তিৱা,দেউৰী,মিচিং আৰু ৰাভা ভাষা।বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

Read More

স্কুল খোলাৰ আগতে স্কুল বাছ সমূহৰ বাকী থকা বকেয়া কৰ সমূহ আদায় দিবলৈ আহ্বান পৰিবহণ বিভাগৰ।

স্কুল খোলাৰ আগতে স্কুল বাছ সমূহৰ বাকী থকা বকেয়া কৰ সমূহ আদায় দিবলৈ আহ্বান পৰিবহণ বিভাগৰ।অসম চৰকাৰৰ পৰিবহন বিভাগে মিছন চাৰখাৰ নামৰ কাৰ্যসূচীৰ জৰিয়তে পহিলা ফেব্ৰুৱাৰীৰ পৰা যি সকল যান-বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত বাহন চলাই আছে…

Read More

১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।ধেমাজিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণৰ বাবে ৰাজ্যত অষ্টম শ্ৰেণীলৈ বন্ধ কৰি দিয়া হৈছিল শিক্ষানুষ্ঠানসমূহ।কিন্তু ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

Read More

সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনো ধৰণৰ SOP

সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনোধৰণৰ SOP।যিকোনো উৎসৱৰ আগত যিহেতু চৰকাৰে SOP জাৰি কৰে সেয়েহে ছাত্ৰ-ছাত্ৰী সকল চিন্তাত পৰা দেখা গৈছিল।স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে সৰস্বতী পূজাত নাথাকে কোনো ধৰণৰ SOP।চৰকাৰে যি সমূহ নিয়ম ইতিমধ্যে বান্ধি দিছে সেই…

Read More

IIT গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু। মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা। ছাত্ৰজনৰ ঘৰ উৰিষ্যাত। আই আই টি গুৱাহাটীৰ কপিলী হোষ্টেলত বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ছাত্ৰ আছিল আৰুখা। বৰ্তমান ঘটনাস্থলীত আমিনগাঁও আৰক্ষী…

Read More

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা খুলিব বিদ্যালয়

১ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয় খোলাৰ ইংগিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।যদি ক'ৰবাত ক'ভিড বেছি হয় তেতিয়াহ'লে কঠোৰ ব্যৱস্হা গ্ৰহণ কৰা হ'ব।নৈশ সান্ধ্য আইনৰ সময় ১ফেব্ৰুৱাৰীৰ পৰা ১০বজাৰ পৰিৱৰ্তে ১১বজাৰ পৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Read More

শিক্ষা বিভাগৰ আজৱ নিৰ্দেশনা।তিনি বছৰলৈ আন চাকৰি আবেদন কৰিব নোৱাৰিব শিক্ষক তথা কৰ্মচাৰীয়ে

শিক্ষা বিভাগৰ আজৱ নিৰ্দেশনা।তিনিবছৰলৈ আন চাকৰিত আবেদন কৰিব নোৱাৰিব শিক্ষক- কৰ্মচাৰীয়ে।এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।সৰ্বশিক্ষা অভিযানক লৈও কৰিছে আন এক নিৰ্দেশনা জাৰি।এতিয়াৰে পৰা কানাড়া বেংকতহে লেনদেন হ'ব প্ৰাথমিক বিদ্যালয়ৰ।এই নিৰ্দেশনাই এতিয়া কঁপাইছে শিক্ষা বিভাগ।

Read More

প্ৰকাশ পালে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

প্ৰকাশ পালে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।অহা ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে পৰীক্ষাৰ সময়সূচী৷

Read More

১৫মাৰ্চৰ পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা

জটিল পৰিস্থিতিৰ মাজতে শিক্ষা বিভাগে জাৰি কৰিলে মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ সময়সূচী। ১৫মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব ৩১মাৰ্চত।মেট্ৰিকৰ প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা হোৱাৰ বিপৰীতে দ্বিতীয় দিনা অথাৎ ১৭মাৰ্চত হ’ব অসমীয়া বিভাগৰ পৰীক্ষা। 

Read More

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনক হিংসা

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা।সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা।উদণ্ড ছাত্ৰই ভাঙি লণ্ডমভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী।হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহত চলালে উপদ্ৰব।এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত…

Read More
Back To Top