skip to Main Content

১২ আৰু ১৩ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়

৬ আৰু ৭ জানুৱাৰীত চৰকাৰী বন্ধ লাভ নকৰে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে। ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ লাভ কৰিব চৰকাৰী শিক্ষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ থাকিব অসমৰ স্কুলসমূহ।

Read More

শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা!

চলিত বৰ্ষতে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক, ৩১ মাৰ্চৰ ভিতৰত শেষ হ'ব নিযুক্তি প্ৰক্ৰিয়া- আজি দিছপুৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত পঠন অভিযান আৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। পঠন অভিযানৰ শুভাৰম্ভণি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে টেট নিযুক্তিতো কোনো ধৰণৰ বিসংগতি হোৱা…

Read More

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

Read More

অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021

আজিৰে পৰা অহা 9 জানুৱাৰীলৈ চান্দমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021 অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।এই গ্ৰন্থমেলাত 150 খন গ্ৰন্থবিপনী পদৰ্শনী কৰা হয়। গ্ৰন্থমেলাত জ্যোতি প্ৰকাশনৰ "বঙল বহু দূৰ" উপন্যাসৰ বাবে প্ৰকাশন পৰিষদৰ সাহিত্য…

Read More

আগন্তুক টেট পৰীক্ষাৰ দিন সলনি

আগন্তুক টেট পৰীক্ষাৰ সলনি কৰা হল দিন। ৩১ অক্টোবৰত অনুষ্ঠিত হ'ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা। পূৰ্বে ২৪ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট।

Read More

অৰ্থনীতি বিজ্ঞানত ন’বেল বঁটা

অৰ্থনীতি বিজ্ঞানত ন'বেল বঁটা ঘোষণা। ডেভিদ কাৰ্ড, যিহোচুৱা ডি এংৰিষ্ট আৰু গুইডো ডব্লিউ ইমবেন্সলৈ ন'বেল। তিনিওগৰাকীয়ে শ্ৰমিক বজাৰৰ বিষয়ে নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল। তেওঁলোকৰ দৃষ্টিভংগী আন ক্ষেত্ৰলৈ বিয়পি পৰাৰ লগতে অভিজ্ঞতামূলক গৱেষণাত বিপ্লৱ আনিছে। অৰ্থনৈতিক বিজ্ঞানৰ নবেল বঁটা আলফ্ৰেড ন'বেলৰ…

Read More

ছাত্ৰীৰ বাবে মুকলি আফগানিস্তানৰ বিদ্যালয়ৰ দুৱাৰ

ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ল আফগানিস্তানৰ বিদ্যালয়ৰ দুৱাৰ। তিনিখন প্রদেশত বিদ্যালয়লৈ যোৱাৰ সুবিধা লাভ কৰিলে ছাত্ৰীয়ে। কুণ্ডুজ, বলখ আৰু ছৰ-এ-পুল প্রদেশত কন্যা সন্তানৰ বাবে মুকলি বিদ্যালয়ৰ দুৱাৰ। তিনি প্রদেশত ছাত্র-ছাত্ৰীক পৃথককৈ পাঠদানৰ ব্যৱস্থা।

Read More

CID ৰ অভিযানত গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়া

হোজাইত CID ৰ অভিযান। অভিযানত প্ৰণৱ জ্যোতি নাথ নামৰ এজন ভুৱা টেট শিক্ষক নিযুক্তি চক্ৰত জড়িত লোক আটক। যোৱা নিশা আটক কৰা হয় লোকজনক। হোজাইৰ শিৱবাৰী ৱাৰ্ড নং ৪ নিজা বাসগৃহৰ পৰা আটক প্ৰণৱ জ্যোতি নাথক। CIDৰ দলে লোকজনক গ্ৰেপ্তাৰ…

Read More

২০২১ৰ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

২০২১ৰ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা। বেঞ্জামিন লিষ্ট আৰু ডেভিড ডব্লিউচি মেকমিলানলৈ এই বঁটা। 'এছেমেট্ৰিক অৰ্গেনোকেটালাইচিছ' অণু নিৰ্মাণৰ নতুন উপায় বিকশিত কৰাৰ বাবে এই বঁটা। ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল গোৰান হান্সনে ঘোষণা কৰে এই বঁটা।

Read More

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক।মঙলবাৰে দাসক অপসাৰণৰ সিদ্ধান্ত ল’লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে।IDOL কেলেংকাৰীৰ মূল অভিযুক্ত ৰূপে চিহ্নিত হৈছিল কন্দৰ্প দাস।পাঠ্যক্ৰম ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত নোহোৱাকৈয়ে অন্তৰ্ভুক্ত কৰিছিল আইডলত।কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছিল এই তথ্য।ছাত্ৰ-ছাত্ৰীৰ পৰা অস্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমৰ বাবদ সংগ্ৰহ…

Read More
Back To Top