skip to Main Content

কাহিলীপাৰা বধিৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ

কাহিলীপাৰা বধিৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বধিৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষা বাধ্যতামূলক প্ৰৱৰ্তনৰ দাবী। বধিৰ বিদ্যালয়ত খালী হৈ থকা ৫/৬ টা পদ পূৰণৰ লগতে জৰাজীৰ্ণ আৱাসগৃহ মেৰামতিৰ দাবী।

Read More

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্পন।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকক অমিত পাণ্ডেক নিলম্পন।পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে নিলম্বন কৰা হৈছে পাণ্ডেক।ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত নিলম্বিত অধ্যাপকগৰাকী।দীৰ্ঘদিনে সামাজিক মাধ্যমত ছাত্ৰীক অশ্লীল মেছেজ দিছিল অধ্যাপক গৰাকীয়ে।হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডে।

Read More

খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

পূজাৰ পাছত খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান।১৯অক্টোবৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ কথা ঘোষণ কৰিলে শিক্ষামন্ত্ৰীয়ে।১৯অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আৰম্ভ হব পাঠদান।সপ্তাহত তিনিদিনকৈ হব পাঠদান।১অক্টোবৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ আৰম্ভ হব পাঠদান।

Read More

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি। বিশ্ববিদ্যালয়ৰ ৱেবছাইটত দিয়া এক জাননীযোগে এই কথা প্ৰকাশ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

Read More

গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্র ছাত্ৰীৰ প্ৰতিবাদ।

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তাল প্ৰতিবাদ ছাত্র ছাত্ৰীৰ।পাঠদান নোহোৱাকৈ ১মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধীতাৰে চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ।

Read More

২০২০ চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

২০২০ চনৰ হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল। বিজ্ঞাপন অনুসৰি খালি হৈ থকা ১৫৫৩ টা পদৰ নিযুক্তি প্ৰদানৰ দাবী। বৰ্তমানেও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে ৮ হাজাতকৈ অধিক প্ৰাৰ্থী। ২০১৯ ত প্ৰকাশ পোৱা বিজ্ঞাপন অনুসৰি মুঠ ৫৭৪৬ টা পদৰ বিজ্ঞাপন দিছিল…

Read More
Back To Top