skip to Main Content

ৰাজ্যৰ চৌদিশে পৱিত্ৰ শাওন মাহৰ বল’বম ধ্বনি।

আজি শাওনৰ দ্বিতীয়টো সোমবাৰ। নিশাৰে পৰা ৰাজ্যৰ চৌদিশে শিৱ পূজাৰ বাবে ভিৰ সহস্ৰ শিৱভক্তৰ। প্ৰশাসনৰ নিৰাপত্তাৰ মাজত চলিছে বল'বম যাত্ৰীসকলৰ অৰ্চনা।

Read More

World Milk Day অনুষ্ঠিত পূৰবী ডেইৰীত

World Milk Day অনুষ্ঠিত কৰা হয় পূৰবী ডেইৰীত।খুব সুন্দৰভাৱে পালন কৰা হয় দুগ্ধ দিৱস।এই সুন্দৰ অনুষ্ঠানটিৰ ফ্লেগ অফ কৰে ৱামুলাৰ পৰিচালক সঞ্চালক সত্য ব্ৰত বসুৱে।তেখেতে নৱ প্ৰজন্মক দুগ্ধ সম্পৰ্কীয় কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি নিজৰ লগতে ৰাইজৰো যাতে উন্নতি সাধন হয় তেনে…

Read More

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আটকধুনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই বিহু সন্মিলনখন।

Read More

ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ

আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে বিধায়ক গৰাকীয়ে।যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ।তেখেতৰ বাসগৃহত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটো।

Read More

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ”

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ "ঈদ উল ফিতাৰ"।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ।বিগত দুটা বছৰ ক'ভিডৰ কাৰণে আন সকলো উৎসৱৰ লগতে পালন কৰিব পৰা নাছিল "ঈদ উল ফিতাৰ"।

Read More

সাতামপুৰুষীয়া নীতি নিয়ম মানি আজি পালন কৰা হৈছে গৰু বিহু

সাতামপুৰুষীয়া নীতি নিয়ম মানি আজি পালন কৰা হৈছে গৰু বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে আজি পালন কৰা হৈছে গৰু বিহু। মাহ-হালধিৰে গা ধুৱাই, ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰে , যাতে কোনো অপায়-অমংগল নহয়।

Read More

পদূলি মুখত সকলোৰে প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহু

পদূলি মুখত সকলোৰে প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহু। দক্ষিণ পূব গুৱাহাটী বিহু সন্মিলন খনি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰত্যেক বাৰৰ দৰে। বিভিন্ন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত শুভাৰম্ভনি কৰা হয় এই বিহু সন্মিলন খনিৰ।

Read More
Back To Top