আজি মহালয়া।
আজি শুভ মহালয়া। ঘোঁৰাত উঠি ধৰালৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। সমান্তৰালকৈ পুৱাৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ।
আজি শুভ মহালয়া। ঘোঁৰাত উঠি ধৰালৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। সমান্তৰালকৈ পুৱাৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ।
কাইলৈ মহালয়া।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।ধৰালৈ নামি আহিব শাৰদী ৰাণী দেৱী দুৰ্গা।দেৱী দুৰ্গাক আদৰিবলৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ।
মহানগৰীৰ এপ’ল’ হাস্পতালত World Heart Day পালন কৰে।প্ৰায় ২ শতাধিক চিকিৎসক, স্বাস্থ্যকৰ্মীৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচী।হৃদৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ হাস্পতালখনৰ।
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ। এই বছৰৰ দুৰ্গা পূজাত এক বিশেষ চমক দিব শিল্পীজনে। তিনি হাজাৰ ইনজেকচনৰ খালী চিৰিঞ্জেৰে প্ৰায় দুমাহ ধৰি পৰিশ্ৰম কৰি অন্তিম পৰ্যায়ত উপনীত হৈছে সঞ্জীৱ বসাক নামৰ শিল্পীজনে। শিল্পী সঞ্জীৱৰ আশা, কোভিড…
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষনত মনত বহু আশা লৈ সাজু হৈছে মহানগৰীৰ দুৰ্গা পূজা কমিটি। কোভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP ৰ নিৰ্দেশ মতে শাৰদীয় দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে পূজা কমিটি সমূহ। পূজাৰ প্ৰাকক্ষণতেই…
১ জানুৱাৰীৰ পৰা শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব একাদশ নৱবৰ্ষ মহোৎসৱ। ১ জানুৱাৰীত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰে উদযাপন কৰা হ'ব নৱবৰ্ষ মহোৎসৱ ।
ষঠ পূজা উপলক্ষে পৰিবহণ নিগমৰ জাৰি কৰিছে যান বাহনৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা।সেই অনুসৰি ২০ আৰু ২১ নৱেম্বৰত সলনি কৰা হৈছে পথৰ কিছু নিয়ম। দিনৰ ১২ বজাৰ পৰা MG ৰোড আৰু AT ৰোড ব্যৱহাৰৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভৰলুমুখ, পাণ…
ঝাৰখণ্ড চৰকাৰে ষঠ পূজাক লৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা।সেই অনুসৰি এইবছৰ ৰাজহুৱা জলাশয়ত নিষিদ্ধ হ'ব ষঠ পূজা। আনহাতে ক'ৰণাৰ সংক্ৰমণৰ বাবে ৰাজহুৱা পুখুৰী, নদী , হ্ৰদ, বান্ধ আদিতো নিষিদ্ধ হ'ব ষঠ পূজা ।আনহাতে জনসমাগত হোৱা ঠাইত সামাজিক দুৰত্ব মানি চলা…
দীপাৱলীৰ দুদিনত ৰাজ্যত সংঘটিত হৈছে ৪৯ টা অগ্নিকাণ্ড। ১৪ নৱেম্বৰত মুঠ ২৬ টা আৰু ইয়াৰে ৫ ঠাই হৈছে কামৰূপ মহানগৰ জিলাৰ। আনহাতে ১৫ নৱেম্বৰত ২৩ টাৰ ৪ ঠাই হৈছে কামৰূপ মহানগৰ জিলাৰ।উক্ত অগ্নিকাণ্ড সমূহত সা সম্পত্তি ভষ্মীভূত হোৱাৰ লগতে শিৱসাগৰত…
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুক্ৰবাৰে গুৱাহাটীৰ কামাখ্যা গেটত দিপাৱলী উপলক্ষে ক্ৰয় কৰিলে মাটিৰ চাকি৷ইফালে দীপান্বিতাৰ সময়ত থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰি মৃৎশিল্পীক উৎসাহ যোগোৱাৰ বাবেও ৰাজ্যখনৰ সকলো জনসাধাৰণকে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷