skip to Main Content

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটীবাসীৰ পানীৰ সমস্যাৰ ওপৰত আলোচনা কৰা হয় উক্ত সংবাদমেলত।ফাগুণ,চ'ত মাহত প্ৰায় সকলো লোকৰে কুঁৱা শুকাই যায়।গতিকে গুৱাহাটীবাসী সকলো লোকে যাতে পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্হা নহয় তাৰ এটা স্হায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগিব…

Read More

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়

আজি ৰূপনগৰ LP স্কুলত ড্ৰাগচৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়।সৰু সৰু ল'ৰা-ছোৱালী সকলৰ মাজত এই প্ৰৱনতা বৰকৈ দেখিবলৈ পোৱা যায়।শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকল যাতে সজাগ হয় তাৰ বাবেই অনুষ্ঠিত উক্ত সজাগতা সভাখন।

Read More

আজিৰে পৰো ১২ৰ পৰা ১৪ বছৰৰ কিশোৰ- কিশোৰী সকলৰ মাজত প্ৰদান কৰা হৈছে কৰ্বেভেক্স।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্ধোধন কৰে ক'ভিড প্ৰতিষেধক অভিযান।২০১০চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১৩.৪৬ গৰাকী কিশোৰ-কিশোৰীক প্ৰদান কৰা হ'ব কৰ্বেভেক্স ভেকচিন।

Read More

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকে সাংসদ কুইন ওজা,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুতো গণ্যমান্য ব্যক্তি।ভিডিঅ’ কণফাৰেঞ্চ যোগে উপস্হিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Read More

জন ঔষধি দিৱস উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকি বক্তব্য দাঙি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰিয়াই।

Read More

দীৰ্ঘদিনৰ অন্তত খোল খালে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে স্বাভাৱিক জনজীৱন।খোল খালে শিক্ষানুষ্ঠানত ।ৰাজ্যত আজিৰে পৰা নাথাকিব কোভিডৰ কোনোধৰণৰ বাধা নিষেধ।মাস্ক পিন্ধা, সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক। তাৰ বাহিৰে নাথাকিব কোনো নিষেধাজ্ঞা। দুপালি ভেকচিন নোলোৱা লোকৰ বাবে ৰাজহুৱা স্থানত প্ৰৱেশ নিষেধ। দুপালি ভেকচিন লোৱা…

Read More

গুৱাহাটীত পেলনীয়া শাক-পাচলিৰে উৎপাদন হ’ব বিদ্যুৎ

গুৱাহাটীত পেলনীয়া শাক-পাচলিৰে উৎপাদন হ'ব বিদ্যুৎ।পৌৰ নিগমে আৰম্ভ কৰিছে এই প্ৰকল্প।এক ব্যতিক্ৰমী প্ৰকল্প হাতত লৈছে পৌৰ নিগমে।

Read More

বিদেশৰ পৰা অহা বিমান যাত্ৰী সকলৰ বাবে ভাল খবৰ।

বিদেশৰ পৰা অহা বিমান যাত্ৰী সকলৰ বাবে ভাল খবৰ।এতিয়াৰে পৰা বাধ্যতামূলক নহয় RT-PCR টেষ্ট আৰু কোৱাৰেন্টাইন।৭দিনৰ কোৱাৰেন্টাইনত নাথাকিলেও হ'ব যাত্ৰীসকল।ইয়াৰ বিপৰিতে ১৪ দিন ছেল্ফ মনিটৰিঙত থাকিব লাগিব যাত্ৰী সকল।কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰালয়ৰ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অহা ১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা সমগ্ৰ দেশতে…

Read More

প্ৰায় এটা সপ্তাহৰ ভিতৰত ৰাজ্য ক’ভিড মুক্ত হোৱাৰ সম্ভাৱনা।এই মন্তব্য GMCH ৰ অধ্যক্ষৰ।

আগন্তুক এক সপ্তাহৰ ভিতৰত ৰাজ্য় ক'ভিড মুক্ত হোৱাৰ সম্ভাৱনা।ৰাজ্যত বৰ্তমান পুনৰ সুস্থিৰ হৈ উঠিছে ক'ভিড পৰিস্থিতি।এই কথা প্ৰকাশ কৰিছে GMCH ৰ অধ্যক্ষ ড০ অচ্যুত বৈশ্যই।GMCHতো বৰ্তমান ৩২ গৰাকীহে ক'ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথাও প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে। বিগত ২৪ ঘন্টাত…

Read More

১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।ধেমাজিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণৰ বাবে ৰাজ্যত অষ্টম শ্ৰেণীলৈ বন্ধ কৰি দিয়া হৈছিল শিক্ষানুষ্ঠানসমূহ।কিন্তু ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

Read More
Back To Top