কৰ্ণাটকত পুনৰ সান্ধ্য আইন
বিট্ৰেইনত কৰুণাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছিল নৈশ সান্ধ্য আইন । এইবাৰ কৰ্ণাটক চৰকাৰেও জাৰি কৰিছে নৈশ সান্ধ্য আইন । উল্লেখযোগ্য যে বুধবাৰৰ পৰা ২ জানুৱাৰীলৈকে নিশা ১০ বজাৰ পৰা পূৱা ৬ বজালৈ সান্ধ্য আইন জাৰি…