skip to Main Content

আজি দিছপুৰ প্ৰেছ ক্লাৱত পথ ব্যৱসায়ী সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি দিছপুৰ প্ৰেছ ক্লাৱত পথ ব্যৱসায়ী সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটী পৌৰ নিগমে যোৱা কালি ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত থকা ১৫০ খন দোকানক উচ্ছেদ কৰিছে কোনো আগতীয়া জাননি নিদিয়াকৈ।আনৰ পৰা টকা ধাৰলৈ লৈ খুব কষ্টৰে দোকান দি পৰিয়াল চলাই আছিল…

Read More

যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি অমিত শ্বাহৰ ভ্ৰমণক লৈ

যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰিছে অমিত শ্বাহৰ ভ্ৰমণক লৈ।৯ আৰু ১০ মে’ত গুৱাহাটীৰ যাতায়ত ব্যৱস্হাৰ ব্যাপক সালসলনি কৰা হৈছে।৯ আৰু ১০ মে'ত বানিজ্যিক বাহনৰ বাবে বন্ধ থাকিব ২৭ আৰু ১৭ নং ঘাইপথ।৯মে’ত পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈকে…

Read More

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল

আজি দিঘলী পুখুৰী পাৰস্হিত গৌৰী সদনত এক সংবাদমেল অনুষ্ঠিত কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাদেৱে।অসমত বিজেপি চৰকাৰৰ নেতৃত্বত যোৱা এটা বছৰত বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতিৰ খতিয়ান দাঙি ধৰে ৰিপুন বৰাদেৱে।বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে বিজেপি চৰকাৰক।অহা ১০ মে' তাৰিখে মুখ্যমন্ত্ৰী…

Read More

মূল্যবৃদ্ধিৰ বিষয়ে মন্তব্য প্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ

মূল্যবৃদ্ধিৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকে।ধিক্কাৰ বিজেপি চৰকাৰ।যি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল আৰু আজি সেই চৰকাৰৰ কাৰণে সাধাৰণ জনতাই হাহাকাৰ কৰিব লগা হৈছে মূল্যবৃদ্ধিৰ কাৰণে।তেওঁ ধিক্কাৰ জনাইছে বিজেপি চৰকাৰক।

Read More

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি ৰাইজৰ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটী ক্লাৱত।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি বহুসংখ্যক লোকে।নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ৰামটাঙোন সোধাইছে।যাৰ ফলত সাধাৰণ লোকসকল চলা-ফুৰাত অসুবিধা হৈ পৰিছে।

Read More

তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত প্ৰথমখন সংবাদমেল ৰিপুন বৰাৰ

মা, মাটি আৰু মানুহ শ্ল’গানেৰে প্ৰথমখন সংবাদমেল ৰিপুণ বৰাৰ। মা শব্দৰে নিজৰ ৰাজ্যখনক সম্বোধন। মাটি শব্দৰে ৰাজ্যখনৰ মাটিখিনিক বুজাইছে। মানুহ শব্দৰে ৰাজ্যখনৰ সকলোধৰণৰ অধিকাৰ সুৰক্ষিত কৰাক সূচাইছে৷ আগন্তুক সকলো কাৰ্যক্ৰমণিকা এই তিনিটা শ্ল’গানৰ ভিত্তিতে অনুষ্ঠিত হ'ব। মূল্যবৃদ্ধিকলৈ সংবাদমেল সম্বোধন ৰিপুণ…

Read More

দ্বিতীয় বাৰৰ বাবে গুৱাহাটী মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়া

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচিত হ'ল মৃগেন শৰণীয়া।মঙলবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াৰ নাম। দ্বিতীয় বাৰৰ বাবে গুৱাহাটী মহানগৰৰ মেয়ৰ তথা পৌৰপতি…

Read More

আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয়।

ভাৰতীয় সংবিধানৰ ৩৩৮ আৰু ৩৩৯ স্তম্ভ অনুসৰি অনুসূচিত জাতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'লে অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ পৰামৰ্শ ল'ব লাগে।কিন্তু বৰ্তমান ৰাজ্য চৰকাৰে অনুসূচিত জাতিৰ ক্ষেত্ৰত সঘনাই নীতি-নিৰ্দেশনা সলনি কৰিছে।বিশেষকৈ অনুসূচিত লোকৰ জাতিৰ প্ৰমাণ…

Read More

আম আদমি পাৰ্টীত যোগ দিব ৰাইজৰ দলৰ কেইবাগৰাকী নেতাই

আম আদমি পাৰ্টীত কেইবাগৰাকী নেতাই যোগ দিব ৰাইজৰ দলৰ।সদ্য পদত্যাগী কমল কুমাৰ মেধিৰ নেতৃত্বত যোগদান কৰিব।নতুন দিল্লীস্হিত আপৰ কাৰ্যালয়ত অনুস্হিত হ'ব যোগদান কাৰ্যসূচী।সন্ধিয়া ৭বজাত কেজৰিৱালৰ সৈতে মিলিত হ'ব আটাইকেইজন নেতা।

Read More

শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অখিল গগৈৰ সাক্ষাত

আজি শিৱসাগৰত অখিল গগৈয়ে সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সাক্ষাতৰ সময়ত অখিল গগৈৰ লগতে উপস্থিত থাকে ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া। আনকি শিৱসাগৰ সমষ্টিৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইখনমান আঁচনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদো জনাই শিৱসাগৰ…

Read More
Back To Top