skip to Main Content

আজি গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ,ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিত নম্বৰকলৈ বিসংগতি

আজি গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। পিছে ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিত নম্বৰকলৈ বিসংগতি হোৱাও পৰিলক্ষিত হৈছে।ভোটকেন্দ্ৰৰ তালিকাৰ সৈতে মিল নাই ৰাজনৈতিক দলে দিয়া তালিকাৰ। জিলা নিৰ্বাচনী বিষয়াই প্ৰদান কৰা তালিকাত ধৰা পৰিছে এনে বিসংগতি।…

Read More

বৰপেটাৰ সাংসদ আব্দুল খালেক দেৱৰ ইফটাৰ প্ৰদান

বৰপেটাৰ সাংসদ আব্দুল খালেক দেৱে ইফটাৰ প্ৰদান কৰে ৰাজধানী মছজিদৰ নিচেই কাষতে থকা টেহজিৱ নামৰ ৰেষ্টুৰেণ্ট খনত।তাত উপস্হিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা,মনজিৎ মহন্ত,অপূৰ্ব ভটাচাৰ্য দেৱকে ধৰি বহুজন গণ্য মান্য ব্যক্তি।

Read More

GMC নিৰ্বাচনৰ প্ৰচাৰ অন্তিমটো দিনত বাইক চলাই প্ৰচাৰ মন্ত্ৰীৰ

আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ বাইক ৰেলী কৰি প্ৰচাৰ চলাই।GMC নিৰ্বাচনৰ প্ৰচাৰ অন্তিমটো দিনত বাইক চলাই প্ৰচাৰ মন্ত্ৰী পূয়ুষ হাজৰিকাৰ।অন্তিমটো দিনত প্ৰতিটো দলৰ নেতা কৰ্মী ব্যস্ত প্ৰচাৰত।

Read More

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা তথা সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা তথা সাংসদ গৌৰৱ গগৈয়ে ভাগ লয় নিৰ্বাচনী প্ৰচাৰত।যিহেতু আজি পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন।সকলো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত।

Read More

আজি পৌৰ সভা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন

আজি পৌৰ সভা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন।সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰক লৈ।দক্ষিণ শৰণীয়াৰ ৩৬ নং ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী মইনা জান বেগমৰ আজি এক বিশাল বাইক তথা গাড়ীৰ ৰেলী উলিওৱা হয়।

Read More

পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীৰ পত্ৰ প্ৰেৰণ মোদীলৈ

পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।পাকিস্তানৰ সৈতে ভাৰতৰ শান্তিপূৰ্ণ সম্বন্ধ হব লাগে বুলি উল্লেখ আছে পত্ৰ খনত।শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পাকিস্তান চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।ইতিমধ্যে মোদীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক।মোদীৰ টুইটৰ পিছতে…

Read More

আলফা স্বাধীনত যোগদান কংগ্ৰেছ নেতাৰ

আলফা স্বাধীনত যোগদান কংগ্ৰেছ নেতাৰ।অন্ত:সত্বা পত্নীক এৰি আলফাত যোগদান কৰিলে কংগ্ৰেছৰ যুৱ নেতা জনাৰ্দন গগৈয়ে।এটা ফেচবুক পষ্ট যোগে পত্নীক জনাই যে তেওঁ ইতিমধ্যে আলফাত যোগদান কৰিছে।তেওঁৰ মতে এচাম মানুহে অসমীয়া জাতিটোক ধ্বংশ কৰি পেলাইছে।মই জানো তোমাৰ কষ্ট হ'ব,কিন্তু কি কৰিবা…

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাবত সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীক লৈ লিখা গান মুক্তি দিয়ে

আজি গুৱাহাটী প্ৰেছ ক্লাবত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীক লৈ লিখা গান এটা মুক্তি দিয়ে।

Read More

অসম অলিম্পিক সন্থাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান

কোৰিয়াৰ গয়াঙত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টাইকোৱানডো পোমছে চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰা দুগৰাকী খেলুৱৈ মহাশ্বেতা কাশ্যপ আৰু মৈত্ৰেয়ী শৰ্মাক অসম অলিম্পিক সন্থাই বুধবাৰে সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আতঁ ধৰা অনুষ্ঠানটোত ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ…

Read More
Back To Top