skip to Main Content

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জি এম চি নিৰ্বাচনৰ বাবে দলীয় সংকল্প পত্ৰ উন্মোচন কৰে

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি ভৱেশ কলিতা উপস্থিতিত আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জি এম চি নিৰ্বাচনৰ বাবে দলীয় সংকল্প পত্ৰ উন্মোচন কৰে।উল্লেখযোগ্য যে আজিৰ এই কাৰ্য্যসূচীত দলৰ কেইবাগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিতি থাকে।

Read More

নীতা ডি’ছুজা সংবাদমেল,মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰিয় আৰু ৰাজ্য চৰকাৰ নিমাত।তেওঁলোকৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি'চুজাৰ সংবাদমেল।মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰিয় আৰু ৰাজ্য চৰকাৰ নিমাত। তেওঁলোকৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব।কালি আপোনালোকে যি দেখিলে এইয়া মাথোঁ trailer আছিল।সংসদত আমাক প্ৰশ্ন কৰিব নিদিয়ে, তেন্তে আমি কত প্ৰশ্ন কৰিম।কংগ্ৰেছৰ ভিতৰৰ কথা কংগ্ৰেছৰ ওপৰতে এৰি…

Read More

তুংগত GMC নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিহুৰ আনন্দৰ লগে লগে GMC নিৰ্বাচনৰ প্ৰচাৰ তুংগত।মহানগৰীৰ প্ৰান্তে প্ৰান্তে গুৱাহাটী পৌৰ নিগমৰ প্ৰচাৰ।ঘৰে ঘৰে গৈ প্ৰচাৰ অসম জাতীয় পৰিষদৰ।

Read More

৩ মে’ৰ পিছত AIUDFক প্ৰথমে শক্তি দেখুৱাব কংগ্ৰেছে: বিজেপি AIUDF ক হুংকাৰ ভূপেন বৰাৰ

৩ মে'ৰ পিছত AIUDFক কংগ্ৰেছৰ শক্তি দেখুৱাম:ভূপেন বৰা।কংগ্ৰেছ দলৰ শক্তি কিমান প্ৰথমে AIUDFক দেখুৱাব:বিজেপি AIUDF ক হুংকাৰ ভূপেন বৰাৰ।

Read More

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীছলমান খুৰশ্বিদৰ সংবাদমেল

ৰাজীৱ ভৱনত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীছলমান খুৰশ্বিদৰ সংবাদমেল।ভাৰতবাসীৰ মূৰত১,২৫,৪০৭.২০কোটি টকাৰ বোজা:শ্ৰীছলমান খুৰশ্বিদৰ।

Read More

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয় গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।২৫ লাখ কৃষকক প্ৰৱঞ্চনা কৰি ৰাজ্যত ৰাসায়নিক সাৰৰ এক বৃহৎ চিণ্ডিকেট গঢ়ি তুলিছে বিজেপি চৰকাৰে বুলি অভিযোগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Read More

United Boro People’s Organisation সংবাদমেল

আজি United Boro People's Organisationৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণৰ বাবে চৰকাৰক আহ্বান জনাই আহিছে।ৰাজনৈতিক,শৈক্ষিক,সাংস্কৃতিক আদি দিশৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে চুক্তিত সন্নিবিষ্ট অধিকাংশ দফা কাৰ্যকৰী হ'বলৈ এতিয়াও বাকী আছে বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰে।

Read More

মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰছ কমিটিৰ প্ৰতিবাদ কাৰ্যসূচী

হোটেল গেটৱে গ্ৰেণ্ডইওৰত অনুষ্ঠিত হয় এক সংবাদমেল।অহা কালিৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰঙালী নামেৰে এক সুন্দৰ অনুষ্ঠান।জুবিন গাৰ্গৰ লগতে উদিয়মান বহুতো কন্ঠশিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।

Read More

দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এক সংবাদমেল

দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় জনস্বাস্হ্য কাৰিকৰী বিভাগৰ এক সংবাদমেল।জনস্বাস্হ্য কাৰিকৰী বিভাগৰ অবৈতনিক শ্ৰমিক কৰ্মচাৰী সকলৰ শ্ৰমৰ বিনিময়ত চৰকাৰে সুনাম অৰ্জন কৰা নীতি বন্ধ কৰাৰ দাবীৰে অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।

Read More

অসম জাতীয় পৰিষদৰ সংবাদমেল

আজি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদ মেলৰ দিয়ে।সভাপতি লুৰীণজ্যোতি গগৈ আৰু দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা সম্বোধন কৰে।লগতে GMCHৰ নিৰ্বাচনৰ বাবে সংকল্প পত্ৰ মুকলি কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে।

Read More
Back To Top